অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ল দক্ষিণ ধেমাজি পঞ্চায়তৰ বঙালমাৰী আহোম গাঁৱৰ ৫ নং ৱাৰ্ড | N18V

Поделиться
HTML-код
  • Опубликовано: 8 апр 2025
  • অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ল দক্ষিণ ধেমাজি পঞ্চায়তৰ বঙালমাৰী আহোম গাঁৱৰ ৫ নং ৱাৰ্ড | N18V
    আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ বঙালমাৰী আহোম গাৱবাসীৰ। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয়নপত্ৰ দাখিল কৰাৰ অন্তিম দিন ১১ এপ্ৰিল ২০২৫ তাৰখি নিৰ্ধাৰণ কৰা হৈছে। দক্ষিণ ধেমাজি গাৱ পঞ্চায়তৰ অন্তৰ্গত বঙালমাৰী আহোম গাৱঁৰ ১৪৩ টা পৰিয়ালৰ ৪৭৩ গৰাকী ভোটাৰ থকা গাৱখনৰ ৫ নং ৱাৰ্ড টোক নিৰ্বাচনী বিভাগে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাত এজনো লোকে মনোনয়নপত্ৰ দাখিল কৰিব পৰা নাই।
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #dhemajinews #dhemaji
    #storm #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 15

  • @RinaBora-u9x
    @RinaBora-u9x 3 дня назад +2

    সছা কথা দুৰ্ভাগ্য জনক।

  • @bhabendoley6151
    @bhabendoley6151 2 дня назад

    এইটো হল বামুন ৰাজনীতি। হসজে বুজি পাওঁ। হৰাক জিকাৱ, জিকাক হৰাব।অসমীয়াৰ সৌভাগ্য বুলি ভাবক।

  • @kumudbaruah2001
    @kumudbaruah2001 3 дня назад

    আহোম সম্পদায়ে দেখোন জনজাতিৰ বাবে শিবসাগৰত তলৰ মাটি ওপৰ কৰি আছে। তেওঁলোকে জনজাতি হোৱাৰ আগতেই ৱাৰ্ডটো সংৰক্ষিত হ'ল। ভালেই হ'ল চাগে।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 дня назад

    মুখ্যমন্ত্ৰী পৰা জয় হোৱা ভয়ত ৰাইজৰ ভোট বৰ্জন কৰিলে

  • @rajborborua8689
    @rajborborua8689 3 дня назад

    Immediate High Court ot case korok. Nohoba Vote or odhikaar heruwaabo.

  • @DragonAssam-y9e
    @DragonAssam-y9e 3 дня назад

    High Court jabo lage hunkale..
    Jai Hind 🇮🇳🇮🇳🇮🇳

  • @gojongapol4448
    @gojongapol4448 3 дня назад

    Axamor all mla seat bur axomiya or St or sc or obc or axomiya general babe reserve koribo lage

    • @Awqst-n1
      @Awqst-n1 3 дня назад

      তহঁত উচ্ছ জাতিৰ মানুহ তহতক কিয় আৰক্ষন লাগে ,,লাজ লগা নাই তোৰ😂

  • @gojongapol4448
    @gojongapol4448 3 дня назад

    Panchayat election pati lav nai Panchayat raj tu uthai dibo lage ,

  • @hewalirisong1407
    @hewalirisong1407 3 дня назад

    S t krile ki hol s t r lgt vote dile hol tumaluk vote nidile jikibo

  • @Basumatary-s2n
    @Basumatary-s2n 3 дня назад

    😂 Khabo start kori dibo Lage 🐛🦠🪲🐸🐞🐜 laj lagise niki😂 Mekuri Bang khabo 😂

    • @Awqst-n1
      @Awqst-n1 3 дня назад +1

      আহোমৰ খোৱাবোৱাত কোনো বাধা নাই ,,আচলতে তুমি আহোম গাওঁত গৈ পোৱা নাই চাগে ,,কোনোবাই আহোম বুলি চিনাকি দিলে এটা কথাই সুধিবা মানুহ মৰিলে জ্বলাই নে পূতে তাতে উত্তৰ পাই যাব আহোম কোন